as_obs-tn/content/35/02.md

761 B

কাহিনী

যীচুৱে এই কাহিনী ব্যৱহাৰ কৰি ঈশ্বৰৰ ৰাজ্যৰ সত্যতাক শিকাইছিল। এইটো স্পষ্ট নহয় যে বাস্তৱতে ঘটনাটো ঘটিছিল নে নাই। যদি আপুনাৰ ভাষাত কোনো শব্দত কাল্পনিক আৰু বাস্তৱিক দুয়োটা সন্মিলিত হয়, তেনেহলে আপুনি ইয়াৰ ব্যৱহাৰ কৰা উচিত।

শব্দৰ অনুবাদ