as_obs-tn/content/35/01.md

867 B

এদিন

এই বাক্যাংশই অতীতত হোৱা ঘটনাক কৈছে কিন্তু নিৰ্দিষ্ট সময়ৰ উল্লেখ নাই। বহুতো ভাষাত এক সত্য ঘটনাক বাখ্যা কৰিবলৈ এনে এক উপায় আছে।

কৰ সংগ্ৰহ কৰোঁতা

কৰ সংগ্ৰহ কৰাসকল পাপীৰ বুলি ভবা হৈছিল, কাৰণ তেওঁলোক প্ৰায়ে চৰকাৰে বিচৰাতকৈ অধিক ধন লোকসকলৰ পৰা সংগ্ৰহ কৰি চুৰ কৰিছিল।

শব্দৰ অনুবাদ