as_obs-tn/content/34/09.md

25 lines
1.9 KiB
Markdown

যীচুৱে কাহিনী কবলৈ অব্যাহত ৰাখিলে।
# দূৰত থিয় হৈ আছিল
ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "দূৰত থিয় হৈ আছিল" বা "পৃথকে থাকিল"
# এনেকি স্বৰ্গলৈ দৃষ্টি নকৰিলে
শব্দ "ইয়ালৈকে" এইটো উল্লেখ কৰিছে যে সাধাৰণতে লোকসকলে ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ সময়ত ওপৰলৈ চায়, কিন্তু ইয়াত সেই লোকজনে তেনে নকৰিলে কাৰণ তেওঁৰ নিজৰ পাপৰ কাৰণে তেওঁ লজ্জিত আছিল।
# তেওঁ নিজৰ মুঠিৰে তেওঁৰ বুকুত প্ৰহাৰ কৰিলে।
ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "নিজৰ দুখৰ কাৰণে তেওঁ নিজৰ বুকুত মুঠিৰে মাৰিলে" বা "দুখত তেওঁ নিজৰ বুকুত প্ৰহাৰ কৰিলে।" যদি লোকসকলৰ বুজি পোৱাত কঠিন হয় যে আন কাৰণত নিজৰ বুকুত মাৰিছে, তেনেহলে আপুনি ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তেওঁ নিজৰ নিৰাশ দেখুওৱালে।"
# শব্দৰ অনুবাদ
* [[rc://*/tw/dict/bible/other/taxcollector]]
* [[rc://*/tw/dict/bible/other/jewishleaders]]
* [[rc://*/tw/dict/bible/kt/heaven]]
* [[rc://*/tw/dict/bible/kt/pray]]
* [[rc://*/tw/dict/bible/kt/god]]
* [[rc://*/tw/dict/bible/kt/mercy]]
* [[rc://*/tw/dict/bible/kt/sin]]