as_obs-tn/content/34/06.md

1.4 KiB

কাহিনী

চাওক আপুনি এই শব্দৰ অনুবাদ কেনেকৈ কৰিছে [৩৪:০১] (৩৪:০১)।

তেওঁলোক নিজৰ ভাল কৰ্মত ভাৰসা কৰিলে

অৰ্থাত,"তেওঁলোকৰ ভাল কৰ্মক বিশ্বাস কৰাটোৱে তেওঁলোকক ধাৰ্মিক কৰে। বনালে" বা "তেওঁলোকে ঈশ্বৰৰ বিধান সম্পুৰ্ণৰুপে পালন কৰাৰ কাৰণে গৰ্ব কৰিছিল।" বা তেওঁলোকৰ ভাল কৰ্মৰকাৰণে তেওঁলোকে বিশ্বাস কৰিছিল যে ঈশ্বৰে তেওঁলোকৰ ওপৰত সম্পুৰ্ণকৈ সন্তুষ্ট আছিল।

আনলোকসকলক তিৰস্কাৰ কৰিলে

অৰ্থাত, "তেওঁলোকৰ কাৰণে আনলোকসকলক অধম বিবেচনা কৰা হয়" বা "আনলোকসকলক তল দেখুওৱা।"

শব্দৰ অনুবাদ