as_obs-tn/content/34/05.md

1.1 KiB

যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ আন এটা কাহিনী কবলৈ অব্যাহত ৰাখিলে।

মূল্যবান মুকুতা

অৰ্থাত, "ত্ৰুটিহীন এটা মুকুতা।"

মুকুতা

যদি মুকুতা জনাজাত নহয়, তেনেহলে ইয়াৰ অনুবাদ এইদৰে কৰক "সুন্দৰ পাথৰ" বা "সুন্দৰ পাথৰৰ দৰে বস্তু।"

বহুত ডাঙৰ মূল্য

অৰ্থাত, "সেইটো অতি মল্যবান আছিল" বা "যি বহুত পইচাৰ যোগ্য আছিল।"

মুকুতা ব্যৱসায়ী

অৰ্থাত, "মুকুতাৰ ব্যৱসায়ী" বা "মুকুতাৰ বেপাৰী"। ই এনেকুৱা ব্যক্তিক বুজাইছে, যিজনৰ মুকুতাৰ কিনা-বেচা বেপাৰ আছে।

শব্দৰ অনুবাদ