as_obs-tn/content/34/01.md

1.7 KiB

কাহিনীবোৰ

যীচুৱে ঈশ্বৰৰ ৰাজ্য বিষয়ে শিকাবলৈ এই কাহিনীবোৰ ব্যৱহাৰ কৰিছিল। এইটো স্পষ্ট নহয় যে বাস্তৱতে এই ঘটনাবোৰ হৈছিল নে নাই? যদি আপোনাৰ ভাষাত এটা শব্দ আছে য'ত কাল্পনিক আৰু বাস্তৱিক কাহিনী দুটাই সম্নিলিত কৰিব পাৰি, তেনেহলে আপুনি ইয়াত ব্যৱহাৰ কৰিব উচিত।

সৰিয়হ গুটি

সম্ভৱত ই ক'লা সৰিয়হ গছৰ গুটিক সন্দৰ্ভিত কৰিছে, যি সৰু বীজ হয় আৰু অতি শুনকালে বহুত ডাঙৰ গছত বৄদ্ধি পায়। যদি আপোনাৰ ভাষাত এই উদ্ভিদৰ বাবে কিবা আন শব্দ আছে, তেনেহলে আপুনি ইয়াৰ ব্যৱহাৰ কৰা উচিত হব যদি নাই তেনেহলে আপোনাক একে ধৰণৰ আন এক উদ্ভিদৰ নাম বিকল্পৰূপে ৰখাৰ আৱশ্যকতা হব পাৰে।

সকলোতকৈ সৰু বীজ

অৰ্থাত, "লোকসকলে সিঁচা সকলো বীজতকৈ সৰু বীজ।"

শব্দৰ অনুবাদ