as_obs-tn/content/33/04.md

634 B

যীচুৱে কাহিনী কবলে অব্যাহত ৰাখিলে।

কাঁইট

অৰ্থাত, "কাঁইটীয়া গছ" বা "কাঁইটীয়া জোপাহা"।

সেইবোৰ হেঁচি ধৰিলে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "সেইবোৰক ঢাকি ধৰিলে" বা "সেইবোৰক হেঁচি ধৰিলে"

কাঁইটীয়া মাটি

অৰ্থাত, "কাঁইটীয়া জোপাহাৰে ভৰা মাটি আছিল"