as_obs-tn/content/32/15.md

1.2 KiB

তেওঁৰ পৰা শক্তি বাহিৰ উলাই গল

ইয়াৰ অনুবাদ সেই প্ৰকাৰে কৰিব পাৰি, "সুস্থকাৰী শক্তি তেওঁৰ পৰা আন এজনলৈ প্ৰবাহিত হৈছিল" বা "তেওঁৰ শক্তি কোনো এজনক সুস্থ কৰিছিল" বা ইয়াৰ কাৰণে যীচুৰ শক্তি কমি যোৱা নাছিল।

আপুনি কিয় সুধিলে, 'মোক কোনে স্পৰ্শ কৰিলে?'

কিছুমান ভাষাত অপ্ৰতক্ষ্য উদ্ধৃতি ব্যৱহাৰ কৰাটো উচিত হব পাৰে যেনে, "আপুনি কিয় সুধিলে যে আপোনাক কোনোবাই স্পৰ্শ কৰিলে বুলি?" বা "আপোনাক কোনোবাই স্পৰ্শ কৰিলে বুলি কিয় আপুনি আচৰিত হৈছে"

শব্দৰ অনুবাদ