as_obs-tn/content/32/13.md

828 B

তেওঁক দবিয়াইছিল

অৰ্থাত, "তেওঁৰ বিৰুদ্ধে প্ৰবলভাবে হেঁচা প্ৰয়োগ কৰা কৰিছিল" বা "তেওঁৰ চাৰিওফালে বহুত মানুহৰ ভিড় আছিল"

তেওঁ কেৱল বেয়া হৈছিল

অৰ্থাত, "তেওঁৰ পৰিস্থিতি কেৱল বেয়াফালে গল" বা "তেওঁৰ স্বাস্থ্য ভাল হোৱাৰ পৰিবৰ্তে বেয়াহে হৈছিল" বা "পৰিবৰ্তে তেওঁ বেছি বেমাৰ হৈছিল"

শব্দৰ অনুবাদ