as_obs-tn/content/32/12.md

954 B

তেওঁৰ কাহিনী শুনিলে

অৰ্থাত, "তেওঁৰ সৈতে কি কি হৈছিল মানুহজনে শুনিলে"

অচৰিত আৰু বিস্মিত হল

"বিস্মিত" আৰু "আচৰিত" শব্দবোৰৰ অৰ্থ একে। এই শব্দবোৰ লোকসকলে কিমান আচৰিত হৈছিল সেই কথাত গুৰুত্ব আৰোপ কৰিবলৈ একেলগে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তেওঁ তেওঁলোকক যি বিষয়ত কৈছিল সেই বিষয়ত তেওঁলোক সম্পূৰ্ণৰূপে আচৰিত হৈছিল।"

শব্দৰ অনুবাদ