as_obs-tn/content/32/10.md

964 B

মানুহবোৰ

কিছুমান ভাষাত হয়তু ইয়াক কবলৈ ভাল হব, "সেই অঞ্চলৰ লোকসকল" বা "গোৰাচীন লোকসকল"

ভয়

এনেকৈ কোৱা উচিত হব পাৰে, "যীচুৱে কৰা কাৰ্যৰ কাৰণে ভয়ভি হল।"

তৈয়াৰ

অৰ্থাত, "সজো হৈ আছিল"

যীচুৰ লগত যাবলৈ খুজি বিনয় কৰিলে

অৰ্থাত, "যীচুক অনুৰোধ কৰিলে যে তেওঁৰ লগত যেন যাবলৈ দিয়ে।" বা "আগ্ৰহেৰে তেওঁ যীচুক সুধিলে যে তেওঁৰ লগত যাব পাৰিব নেকি।"

শব্দৰ অনুবাদ