as_obs-tn/content/32/06.md

1.7 KiB

চিঞৰিলে

অৰ্থাত, "চিঞৰিলে' বা "চীত্কাৰ কৰিলে।"

আপুনি মোৰ পৰা কি বিচাৰিছে?

এই অভিব্যক্তিৰ অৰ্থ, "আপুনি মোৰ লগত কি কৰিব গৈ আছে?"

সকলোতকৈ মহান ঈশ্ৱৰ

অৰ্থাত, "সৰ্বোচ্ছ ঈশ্ৱৰ" বা "পৰম সাৰ্বভৌম ঈশ্ৱৰ" বা "পৰম শক্তিশালী ঈশ্ৱৰ"এই "উচ্চ" ৰ অৰ্থ ঈশ্ৱৰৰ মহানতাক বুজাইছে। ই দৈৰ্ঘ বা প্ৰস্থক উল্লেখ কৰা নাই।

বাহিনী

ই ভুতৰ দলৰ নাম আছিল, লগতে ইয়াত বহুত দুষ্ট আত্মা আছিল তাকো ব্যাখ্যা কৰিছে। আপোনাৰ ভাষাত যদি স্পষ্ট হয় তেনেহলে নাম ব্যৱহাৰ কৰক। যদি নহয় তেনেহলে আপোনাক এইদৰে অনুবাদ কৰিবলৈ প্ৰয়োজন হব যেনে "ফৌজ" বা, "সমদল" বা, "সহস্ৰ।"

আমি বহুত আছো

আমি বহুত আছো, অৰ্থাত, "ইয়াত আমি বহুত আছো" বা "আমি বহুত ভুত আছো"

শৱ্দৰঅনুবাদ