as_obs-tn/content/31/08.md

1.5 KiB

যেতিয়া পিতৰ আৰু যীচু নাওঁত উঠিল, তেতিয়া বতাহ

ইয়াক ভাল দৰে কব পাৰি, "পিতৰ আৰু যীচু নাওত উঠিছিল আৰু বতাহ"

যীচুৰ আৰাধনা

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "যীচুক প্ৰণিপাত আৰু আৰাধান কৰক।" এই শৱ্দত সন্মান আৰু শ্ৰদ্ধাৰে যিকোনো ব্যক্তিৰ আগত শাৰিৰীক ৰূপে আঠো কঢ়া বিচাৰ কৰে।

সঁচাকৈয়ে আপুনি ঈশ্ৱৰৰ পুত্ৰ

ইয়াক কবলৈ অন্য় এক উপায় আছে, "আপুনি বাস্তৱিকতে ঈশ্ৱৰৰ পুত্ৰ" বা "এওঁ বাস্তৱতে সত্য় ঈশ্ৱৰৰ পুত্ৰ।"

বাইবেলৰ এটা কাহিনী

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ