as_obs-tn/content/31/04.md

779 B

ভুত

অৰ্থাত, "এটা আত্মা" তেওঁলোকে ভাবিছিল যে যীচু এক আত্মা আছিল, কাৰণ সাধাৰণতে মানুহ পানীত খোজ কাঢ়িব নোৱাৰে।

ভয় নকৰিবা

কিছুমান ভাষাৰ কাৰণে ইয়াক কবলৈ অধিক স্ৱভাৱিক হব পাৰে, "ভয় নকৰিবা।"

মই হে

কিছুমান লোকৰ বাবে ইয়াক কবলৈ অধিক স্ৱভাৱিক হব পাৰে, "মই , যীচু।"

শব্দৰ অনুবাদ