as_obs-tn/content/31/02.md

700 B

মধ্যকাল

অৰ্থাত, "যেতিয়া ঈশ্ৱৰে পৰ্ব্বতত প্ৰাৰ্থনা কৰিছিল।"

তেওঁলোকৰ নাওঁ চলাইছিল

নাওঁত এখন পাল আছিল,কিন্তু তেওঁলোকৰ বিপৰীতে যেতিয়া বতাহ বলিছিল সেইটো কাম দিয়া নাছিল।

অতিশয় সমস্য়া

অৰ্থাত, "অধিক সমস্য়া" বা "বহুত সমস্য়া।"

শব্দৰ অনুবাদ