as_obs-tn/content/30/05.md

659 B

আমি এইটো কেনেকৈ কৰিব পাৰিম?

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "আমি এনেকুৱা কৰিব নোৱাৰো!" বা "এনেকুৱা কৰাটো অসম্ভৱ!" শিষ্য়সকল বাস্তৱিকতে প্ৰশ্ন সোধা নাছিল বা অসম্ভব বুলি ভবা নাছিল বৰং, সবলতাৰে ব্য়ক্ত কৰি আছিল।

শব্দৰ অনুবাদ