as_obs-tn/content/30/03.md

1.3 KiB

মহিলা আৰু সন্তানসকলক গণনা কৰা হোৱা নাই

অৰ্থাত, "এই মহিলা আৰু সন্তানসকলক হিচাপ নকৰাকৈ যিসকল তেওঁলোকৰ লগত আছিল" বা "আৰু পুৰুষসকলৰ সৈতে মহিলা আৰু সন্তানসকল আছিল।" ইয়াৰ আনুবাদ আৰু এক উপায়ৰে কৰিব পাৰি" তাৰ উপৰিও কিছুমান মহিলা আৰু ল'ৰা ছোৱালী আছিল।

যীচু লৈ

অৰ্থাত, "যীচুৱে জানিছিল" বা "যীচুৱে বুজি পালে যে।"

মেৰৰখীয়াৰ অবিহনে মেৰ যেনে

ইয়াক এইদৰে অনুবাদ কৰিব পাৰি, "মেৰৰ যত্ন লবলৈ যেতিয়া মেৰ ৰখীয়া সিহঁতৰ ওচৰত নাথাকে তেতিয়া সিহঁতে দুৰ্বল আৰু পথভ্ৰষ্ট হয় ।"

শব্দৰ অনুবাদ