as_obs-tn/content/29/09.md

1.5 KiB

তাৰ পাছত যীচুৱে কলে

"তেওঁৰ শিষ্য়সকললৈ" বাক্যাংশটো কিছুমান ভাষাত হয়তু যোগ কৰিব লাগিব পাৰে,

"ই" এই উপায়ক সন্দৰ্ভিত কৰিছে ৰজাই যেনেকৈ ২৯:০৮ত ক্ষমা নকৰা দাসসকলক দণ্ডিত কৰিছিল।

মোৰ স্ৱৰ্গীয় পিতৃ

অৰ্থাত, "মোৰ পিতৄ স্বৰ্গত থাকে" যীচু পিতৃ ঈশ্ৱৰৰ সৈতে থকা এক অদ্বিতীয়, ব্য়ক্তিগত সম্পৰ্কক ব্য়ক্ত কৰিছে।

তোমাৰ ভায়েৰা

চাওক ইয়াত২৯:০১আপুনি কেনেকৈ অনুবাদ কৰিছে

তোমাৰ হৃদয়ৰ পৰা

ই, "একাগ্ৰতাৰে" বা "সত্য়ৰে" বা "বাস্তৱত" বা "সাধুতাৰে।"

বাইবেলৰ এটা কাহিনী

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ উদাহৰণ