as_obs-tn/content/29/08.md

1.5 KiB

যীচু অবিৰতভাবে কাহিনী কৈছে।

দাসজনক মাতিলে

অৰ্থাত, "দাসজনক তেওঁৰ ওচৰত আহিবলৈ আজ্ঞা দিলে" বা "তেওঁৰ প্ৰহৰীক আদেশ দিলে যে দাসজনক তেওঁৰ ওচৰত লৈ অনা হওক।"

মোক ভিক্ষা খুজিছিল

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "মোৰ আগত নিবেদন কৰিছিল" বা "তৎপৰত তেওঁক দয়া কৰিবলে কৈছিল।"

তোমালোকো একে কৰা উচিত

অৰ্থাত, "মই তোমালোকক ক্ষমা কৰাৰ দৰে তোমালোলোকো মানুহজনক ক্ষমা কৰা উচিত।"

দলিয়াই দিছিল

অৰ্থাত, "তেওঁৰ প্ৰহৰীসকলক ভিতৰলৈ পঠাবলৈ আজ্ঞা দিলে" বিবেচনা কৰক "ঠেলি দিয়া" কেনেকৈ অনুবাদ কৰিছিল২৯:০৬।

শব্দৰ অনুবাদ