as_obs-tn/content/29/07.md

790 B

যীচুৱে কাহিনী অব্য়াহতভাবে কৈছে।

কি হৈছিল

অৰ্থাত, "সেই দাসজনে আন দাসৰ ঋণ ক্ষমা কৰা নাছিল আৰু তেওঁক কাৰাগাৰত ৰখিছিল।"

বহুত আমনি পাইছিল

অৰ্থাত, "গভীৰ অসন্তোষ্ট" বা "অতিশয় ব্য়থিত"

সকলোবোৰ

অৰ্থাত, "তেওঁলোকে ৰজাক কলে যে দাসজনে নিজৰ সহদাসকলৰ লগত কি কি কৰিছিল।"

শব্দৰ অনুবাদ