as_obs-tn/content/29/06.md

965 B

যীচুৱে কাহিনী অব্য়াহতভাবে কৈছে।

সহদাস

এই বাক্য়াংশ সেইদৰে অনুবাদ কৰক যেনে ২৯:০৫পদত কৰিছিলে।

আঁঠুপাৰি বহিলে

এই বাক্য়াংশ অৰ্থ সেইদৰে অনুবাদ কৰক যেনেকুৱা ২৯:০৫পদত কৰিছিল।

তেওঁৰ সহদাসক কাৰাগাৰত ৰখা হৈছিল

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "মানুহজন কাৰাগাৰত ঠেলি দিছিল" বা "ঠেলি দিছিল"বাক্যাংশৰ অৰ্থ হল বলপূৰ্বকভাবে কৰা।

শব্দৰ অনুবাদ