as_obs-tn/content/29/03.md

754 B

যীচুৱে সেই কাহিনী অব্য়াহতভাবে কৈছে।

ঋন দিয়া

অৰ্থাত, "ৰজাৰ পাবলগা টকা ঘূৰাই দিয়া।"

তেওঁৰ ঋণ পৰিশোধ কৰিবলৈ

ইয়াৰ অনুবাদ এই ৰূপতো কৰিব পাৰি, "আৰু মোক যি ঋণ দিছে তাৰ পৰিশোধ কৰিবলৈ বিক্ৰি কৰা অৰ্থৰ পৰা প্ৰাপ্ত হোৱা ধন ব্যৱহাৰ কৰক।"

শব্দৰ অনুবাদ