as_obs-tn/content/29/02.md

1.1 KiB

ঈশ্ৱৰৰ ৰাজ্য়ৰ এনেকুৱা

ইয়াক প্ৰকাশ কৰিবলৈ আন এক উপায় হ'ব পাৰে, "এইদৰে মানুহবোৰৰ ওপৰত ঈশ্ৱৰৰ শাসন কৰে" বা, "যি ৰূপে ঈশ্ৱৰে মানুহৰ ওপৰত শাসন কৰে তাৰ তুলনা কৰিব পাৰি।"

যি এজন ৰজাৰ দৰে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "এজন ৰজাৰ ৰাজ্য়ৰ দৰে" বা "এজন ৰজাৰ শাসনৰ সৈতে তুলনা কৰিব পাৰি।"

তেওঁৰ দাসৰ লগত হিচাপ মিলোৱা

অৰ্থাত, "তেওঁৰ দাসলকলৰ পাওনা পৰিশোধ কৰা হওক" বা "তেওঁৰ দাসসকলৰ পৰা ধন আদায় কৰা।"

শব্দৰ অনুবাদ