as_obs-tn/content/29/01.md

2.1 KiB

এদিন

এই বাক্য়াংশ অতীতত হোৱা এক ঘটনাক প্ৰকাশ কৰিছে, কিন্তু নিৰ্দিষ্ট সময় উল্লেখ কৰা নাই। বিভিন্ন ভাষাত এক সত্য় কাহিনীক কবলৈ এই উপায় অবলম্বন কৰে।

মোৰ ভাই

এই প্ৰসংগত কেতিয়াবা এনেকুৱা লোক সন্নিবিষ্ট হয় যি বাস্তৱতে ভাই-ভনী নহয়, কিন্তু কোনো কাৰণত এক ঘনিষ্ট সম্বন্ধ হয় যেনে ধৰ্ম, জাতীয় পৄষ্টভূমি, আদি।

মোৰ বিৰুদ্ধে কৰা পাপবোৰ

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "মোৰ বিৰুদ্ধে কৰা ভুলবোৰ হয়।"

সাত বাৰ নহয় এনেকি সত্তৰ বাৰ

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "আপোনাক কেৱল সাত বাৰে ক্ষমা দিব লাগে এনে নহয়, কিন্তু সত্তৰবাৰ ক্ষমা কৰিব লাগে।" যীচুৱে হুবহু এই সংখ্য়াৰ কথা কোৱা নাছিল। তেওঁ কৈছিল যে আমি প্ৰতিবাৰ লোকসকলক ক্ষমা কৰা উচিত কাৰণ তেওঁলোক আমাৰ বিৰূদ্ধে পাপ কৰে।

ইয়াৰ দ্বাৰাই যীচুৰ অৰ্থ আছিল

অৰ্থাত, " যীচু কোৱাৰ সময়ত তেওঁৰ অৰ্থ আছিল।"

শব্দৰ অনুবাদ