as_obs-tn/content/28/10.md

1.6 KiB

এৰি দিছিল

অৰ্থাত, "পিছলে এৰি দিলে" বা "ত্য়াগ কৰিলে" বা "ঈশ্ৱৰতকৈ কম গুৰুত্ব থকা হিচাপে গণনা কৰা হল।"

মোৰ কাৰণে

ইয়াৰ অনুবাদ এইৰূপত কৰিব পাৰি, "মোৰ কাৰণে" বা "মোৰ নিমিত্তে"

১০০ গুনতকৈ অধিক

অৰ্থাত, "আগৰ তুলনাত বহুত বেছি।"

বহুতো আগহোৱা বোৰ পাছ হব

অৰ্থাত, "যিসকল এতিয়া মহত্ৱপুৰ্ণ, তেওঁলোক পিছত মহত্ৱপুৰ্ণ নহব।"

পাছ হোৱা অনেকে আগ হব

অৰ্থাত, "পৃথিৱীত গুৰুত্বপূৰ্ণ জ্ঞান নকৰা বহু লোকক স্বৰ্গত অতি গুৰুত্বপূৰ্ণ হিচাপে গণিব।" বা "পৄথিৱীত একো মূল্য় নথকা লোকসকলক স্ৱৰ্গত মুল্য়ৱান ৰূপে সন্মান দিয়া যাব।"

বাইবেলৰ এটা কাহিনী

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ