as_obs-tn/content/28/09.md

869 B

সকলো ত্যাগ কৰিলে

অৰ্থাত, "সকলো পাছফালে এৰি দিলে" বা "আমাৰ যি আছিল সেই সকলো এৰি দিলো।"

আমাৰ পুৰস্কাৰ কি হব?

ইয়াক প্ৰকাশ কৰিবলৈ আন এটা উপায় আছে, "আমি কি পুৰস্কাৰ লাভ কৰিম" বা "আমাক কেনেকৈ পুৰস্কৄত কৰা যাব" বা "ঈশ্ৱৰে আমাক পুৰস্কাৰ ৰূপত কি দিব?" ইয়াক যোগ কৰাৰ অবশ্য়ক হব পাৰে, "কিয়নো আমি ইয়াক কৰিছো?"

শব্দৰ অনুবাদ