as_obs-tn/content/28/07.md

1.0 KiB

আচৰিত হোৱা

অৰ্থাত, "অতিশয় আচৰিত হোৱা"

কোনে ৰক্ষা পাব পাৰে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "যদি ধনীসকল ৰক্ষা নাপায়, তেনেহলে আন কোনে ৰক্ষা পাব পাৰে?"বহু লোকে ভাবিছিল যে ধনী হোৱাটো ঈশ্ৱৰ যে তেওঁলোকৰ পক্ষে তাৰ এক প্ৰকাৰ চিহ্ন।

ৰক্ষা কৰিলে

ইয়াত ঈশ্ৱৰৰ বিচাৰৰ পৰা আৰু পাপৰ নিন্দাৰ পৰা ৰক্ষা পোৱা বুজাইছে আৰু ঈশ্ৱৰৰ ৰাজ্য়ত এক নাগৰিকৰ হোৱাৰ অনুমতি দিয়া হৈছে।

শব্দৰ অনুবাদ