as_obs-tn/content/28/06.md

1.5 KiB

ঈশ্ৱৰৰ ৰাজ্য়ত প্ৰবেশ কৰা

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "ঈশ্ৱৰৰ ৰাজ্য়ত নাগৰিক হোৱা"

উট

উট বহুত ডাঙৰ জন্তু যি প্ৰায়ে গধুৰ বুজা কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হয়। যদি উট আপোনাৰ অঞ্চলত প্ৰচলিত নহয় ,তেনেহলে "বহুত ডাঙৰ জন্তু" বা "বুজা কঢ়িওৱা জন্তু" বাক্যাংশৰ উপয়োগ কৰিব পাৰে। যদি আপুনি কোনো অন্য় ডাঙৰ জন্তুৰ নাম বিকল্প বাছনি কৰে, সুনিশ্চিত কৰক যে সেই জন্তু যীচুৱে কোৱা জন্তু হয় যেনে "বলধ" বা "গাধ" ৰূপে জনাজাত

এখন বেজীৰ চকু

ই এক বেজিৰ অন্তত সৰু এটা বিন্ধাক সন্দৰ্ভিত কৰিছে। বেজীৰ বিন্ধাইদি উট সৰকি যোৱাটো কোনো অসম্ভৱ হোৱাক প্ৰতিনিধিত্ব কৰিছে।

শব্দৰ অনুবাদ