as_obs-tn/content/28/01.md

2.4 KiB

এদিন

এই বাক্য়াংশত অতীতত হোৱা ঘটনাক কৈছে, কিন্তু নিৰ্দিষ্ট সময়ৰ উল্লেখ নাছিল। বহুতো ভাষাত এক সত্য় কাহিনীক কবলৈ একে উপায় আছে।

ধনী যুৱক শাসনকৰ্ত্তা

এই জন লোক আগতে এক ধনী আৰু শক্তিশালী ৰাজনীতিৰ অধিকাৰী আছিল, এনেকি এতিয়াও তেওঁ যুৱ অৱস্থাত আছিল।

যীচুৰ ওচৰলৈ আহা

অৰ্থাত, "যীচুৰ পথত চলা"

ভাল শিক্ষক

অৰ্থাত, "ধাৰ্মিক শিক্ষক" তেওঁ এইটো কোৱা নাছিল যে যীচু এজন নিপুন শিক্ষক আছিল।

অনন্ত জীৱন পাবলৈ

অৰ্থাত, "অনন্ত জীবন প্ৰাপ্ত কৰিবৰ কাৰণে" বা "সদায় ঈশ্ৱৰৰ লগত থাকিবলৈ।" বিবেচনা কৰক যে "অনন্ত জীৱন" অনুবাদ ২৭:০১ কেনেকৈ কৰা হৈছিল আৰু ইয়াৰ টোকাখন চাওক।

আপুনি মোক কিয় ‘ভাল’ বুলে কৈছে

যীচু এই কথাত মানা কৰা নাই যে তেওঁ ঈশ্ৱৰ হয়। বৰং, তেওঁ সুধিছে যে যীচু যে ঈশ্বৰ হয় সেই কথা শাসনকৰ্তাসকল বুজি পাইনে।

কেৱল তাত এজনে ভাল, যি ঈশ্ৱৰ হয়

ইয়াক আন এটা উপায়ে কব পাৰি "কেৱল এজনে প্ৰকৃততে ভাল, সেইজন হ'ল ঈশ্ৱৰ" বা "ঈশ্ৱৰ কেৱল সেইজন যিজন বাস্তবতে ভাল"

শব্দৰ অনুবাদ