as_obs-tn/content/27/11.md

2.4 KiB

বিধান পণ্ডিত

অৰ্থাত, "যিহূদী বিধানৰ এক বিশেষজ্ঞ" চাওক আপুনি ইয়াৰ ২৭:০১ অনুবাদ কেনেকৈ কৰিছে।

তিনিজন মানুহ

তিনিজন মানুহ পুৰোহিত, লেবী আৰু চমৰীয়া আছিল।

চুবুৰীয়া

যীচু "চুবুৰীয়া" শব্দৰ ব্য়াপক অৰ্থত উপয়োগ কৰিছে ২৭:০২ৰ তুলনাত। ইয়াত "চুবুৰীয়া" ৰ পৰা তৎপৰ্য কোনোবা এজন এনেকুৱা ব্য়ক্তিৰ পৰা আছে যাক আমি লগ পাও, যাৰ পৰা আমাৰ সহায়ৰ আৱশ্য়ক।

চুবুৰীয়া আছিল

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "চুবুৰীয়াৰ দৰে ব্য়ৱহাৰ কৰক" বা "এজন মিত্র আছিল" বা "প্ৰেমপুৰ্ণতাৰে কাম কৰক।" চাওক আপুনি "চুবুৰীয়া" ৰ অনুবাদ ২৭:০২ আৰু ২৭:০৩ ত কৰিছে।

আপোনালোকে যাওক আৰু কৰক

অৰ্থাত, "আপুনিও গৈ কৰা উচিত।" বা "এতিয়া আপুনি কৰা উচিত।" যীচু বিধানৰ বিশেষজ্ঞৰ আজ্ঞা দি আছিল যেনেকৈ চমৰীয়াজনে কৰিলে।

একেদৰে কৰা

অৰ্থাত, "আনক প্ৰেম কৰা, আনকি নিজৰ শত্রূক প্ৰেম কৰা" সুনিশ্চিত কৰক যে এই "সমান" ধ্বনি নকৰে কেৱল আঘাত প্ৰাপ্ত মানুহক সহায় কৰা কথা যেন নুবুজায়।

বাইবেলৰ এটা কাহিনীৰ পৰা

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ