as_obs-tn/content/27/10.md

1.3 KiB

যীচুৱে কাহিনী কবলৈ অব্য়াহত ৰাখিলে।

তেওঁৰ যাত্রা অব্য়াহত ৰাখিলে।

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, " লক্ষ্য় ৰ প্ৰতি যাত্রা অব্য়াহত ৰাখা।"

দায়িত্বত

অৰ্থাত, ব্যৱস্থাপনা কৰা জন" এইটো হব পাৰে যে এইজন ব্য়ক্তিৰ ওচৰত থাকিবলৈ ঠাইও আছে।

তেওঁৰ যত্ন লওক।

কিছুমান ভাষাত ইয়াক কবলৈ বাঞ্ছনীয় হব পাৰে "দয়া কৰি তেওঁৰ ধ্য়ান ৰাখক।"  যাতে এইটো স্পষ্ট হয় যে ই এক বিনম্ৰ অনুৰোধ আছিল, আদেশ নহয়।

মূল্য পৰিশোধ কৰা।

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "আপুনাক পৰিশোধ কৰা" বা "সেই ধন পৰিশোধ কৰা" বা "ইয়াক পৰিশোধ কৰা"

শব্দৰ অনুবাদ