as_obs-tn/content/27/09.md

881 B

যীচুৱে কাহিনী কবলৈ অব্য়াহত ৰাখিলে।

তেওঁৰ নিজৰ গাধ

সুনিশ্চিত কৰক যে "তেওঁৰ' শব্দটো চমৰীয়াজনক বুজাইছে।

ৰাস্তাৰ কাষত

অৰ্থাত, "এখন থকা ঠাই।" ই এক এনেকুৱা ঠাই হয় য'ত যাত্রীবোৰে খাদ্য় পাব পাৰে আৰু গোটেই ৰাতি থাকিব পাৰে।

য'ত তেওঁ তেওঁৰ দেখভাল কৰিলে।

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "য'ত তেওঁ দেখভাল কৰি আছিল।"

শব্দৰ অনুবাদ