as_obs-tn/content/27/07.md

808 B

যীচুৱে কাহিনী কবলৈ অব্য়াহত ৰাখিলে।

ৰাস্তাত নামিল

অৰ্থাত, "সেই একে ৰাস্তাত যাত্রা কৰি আছিল।"

লেবীয়াসকল যিহূদীৰ এক জাতি আছিল

অৰ্থাত, "লেবীয়াজন লেবী বংশৰ ইস্ৰায়েল জাতিৰ আছিল।" বা "লেবীয়াবোৰে লেবীৰ ইস্ৰায়েল বংশৰ আছিল।"

আওকাণ কৰা

অৰ্থাত, "সহায় নকৰিলে।"

শব্দৰ অনুবাদ