as_obs-tn/content/27/06.md

1.2 KiB

যীচুৱে কাহিনী কবলৈ অব্য়াহত ৰাখিলে।

তলত খোজ কাঢ়িবলৈ হোৱা।

অৰ্থাত, "যাত্রাৰ লগত হোৱা"। কিছুমান ভাষাৰ কাৰণে "চলন" ৰ সলনি "যাত্রা" দৰে শব্দৰ উপয়োগ কৰা আৱশ্য়ক হব পাৰে কাৰণ পুৰোহিত কেৱল ৰাস্তাত খোজ কঢ়া নাছিল বৰং অন্য় চহৰলৈ যাবলৈ যাত্রাও কৰিছিল।

মানুহক অবহেলা কৰিলে

অৰ্থাত, " মানুহজনক সহায় নকৰিলে" বা "মানুহজনৰ কাৰণে একো চিন্তা নকৰিলে।"

গৈ আছিল

অৰ্থাত, "ৰাস্তাৰ কাষত খোজ কঢ়া অব্য়াহত ৰাখিলে।"

শব্দৰ অনুবাদ