as_obs-tn/content/27/03.md

883 B

বিধান পণ্ডিত

অৰ্থাত, "যিহূদী বিধানৰ বিশেষজ্ঞ" বা চাওক আপুনি ইয়াৰ ২৭:০১ অনুবাদ কেনেকৈ কৰিছে।

মোৰ চুবুৰীয়া কোন?

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "চুবুৰীয়া শব্দৰ অৰ্থ কি?"  বা "কোন লোকসমূহ মোৰ চুবুৰীয়া?" তেওঁ জানিছিল যে তেওঁ যিকোনো লোকক প্ৰেম কৰা নাছিল, আৰু সুধি আছিল তেওঁ কেনেকুৱা মানুহক প্ৰেম কৰা উচিত

শব্দৰ অনুবাদ