as_obs-tn/content/27/02.md

3.5 KiB

বিধান পণ্ডিত

অৰ্থাত, "যিহূদী বিধানৰ এক বিশেষজ্ঞ" চাওক আপুনি ইয়াৰ ২৭:০১ অনুবাদ কেনেকৈ কৰিছে।

আপোনাৰ প্ৰভু ঈশ্ৱৰক প্ৰেম কৰক।

আপুনি এইটো কব পাৰে যে, "আমি নিজৰ ঈশ্ৱৰক প্ৰেম কৰা উচিত।" সুনিশ্চিত কৰক যে এই ধ্বনি নহয় যেন মানুহে ঈশ্ৱৰক আজ্ঞা দি আছে । সেইকাৰণে, তেওঁ উদ্ধৃতি কৰে যে ঈশ্ৱৰৰ বিধানে মানুহক কি কৰিবলৈ আজ্ঞা দিছে।

নিজৰ হৃদয়, আত্মা, শক্তি আৰু মনৰে সৈতে।

অৰ্থাত, "আপোনাৰ সম্পূৰ্ণ আত্মাৰে" বা "আপোনাৰ সকলো চিত্তেৰে" কিছুমান ভাষাত ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "নিজৰ যকৃত্ৱ, শ্ৱাস-প্ৰশ্ৱাসৰে, শক্তিৰে, আৰু বিচাৰৰ দ্ৱাৰা।" এই অংগ সমূহত কেন্দ্ৰ কৰা হোৱা নাই, বৰং আমাৰ সকলোতে আছে। নিজৰ ভাষাত সেই সকলো ধাৰণাবোৰ উপয়োগ কৰক যাতে সম্পুৰ্ন ব্য়ক্তিক বুজায়।

হৃদয়

হৃদয় এক এনেকুৱা ব্য়ক্তিৰ অংশক সন্দৰ্ভিত কৰে য'ত ইচ্ছা আৰু ভাৱনা হয়।

প্ৰাণ

প্ৰাণ যিকোনো ব্য়ক্তিৰ অ-শাৰীৰিক, আধ্য়াত্মিক ভাগক সন্দৰ্ভিত কৰে ।

শক্তি

শক্তি ভৌতিক শৰীৰ আৰু ইয়াৰ সকলো ক্ষমতাক সন্দৰ্ভিত কৰে।

মন

মন এক এনেকুৱা ব্য়ক্তিৰ অংশক সন্দৰ্ভিত কৰে যি চিন্তা কৰে, যোজনা কৰে, আৰু তেওঁ ওচৰত বিচাৰ আছে।

ওচৰ চুবুৰীয়া

শব্দ "চুবুৰীয়া" সাধাৰণতে এক এনেকুৱা ব্য়ক্তিক সন্দৰ্ভিত কৰে যি আমাৰ ওচৰত থাকে। যিহূদীবোৰে এই শব্দটো কোনো এজন ব্য়ক্তি যি নিজৰ সম্পৰ্কিয়ও নহয় বা বিদেশীও নহয় বা শত্ৰুও নহয়।

চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।

অৰ্থাত, "নিজৰ চুবুৰীয়াক ইমান প্ৰেম কৰা যেনেকৈ তুমি নিজকে প্ৰেম কৰা।"

শব্দৰ অনুবাদ