as_obs-tn/content/27/01.md

2.5 KiB

এদিন

এই বাক্যাংশই অতীতত হৈ যোৱা এক ঘটনাৰ পৰিচয় দিছে, কিন্তু নিৰ্দিষ্ট সময় উল্লেখ নাই। সত্য কাহিণী কোৱাৰ বহু ভাষাৰ একে উপায় থাকিব পাৰে।

যিহুদী বিধানৰ বিশেষজ্ঞ

এই লোক সেইজন আছিল যি বিধান ঈশ্ৱৰে ইস্ৰায়েলীসকলক দিছে আৰু অন্য় যিহুদী বিধানৰ শিক্ষা দিছিল।

পৰীক্ষা কৰিবলৈ

অৰ্থাত, "চাবলৈ যে যীচুৱে সঠিক উত্তৰ দিব নে।"

অনন্ত জীৱন প্ৰাপ্ত কৰিবলৈ

অৰ্থাত, "ঈশ্ৱৰৰ লগত চিৰকালৰ জীয়াই থাকিবলৈ" বা "যাতে ঈশ্ৱৰে তেওঁৰ লগত সদায় থাকিব দিয়ে" বা "ঈশ্ৱৰৰ পৰা অনন্ত জীৱন প্ৰাপ্ত কৰিবলৈ।" বিধিৰ বিশেষজ্ঞ সুধিছিল যে কেনেকৈ তেওঁ পিতৄ ঈশ্ৱৰৰ পৰা অনন্ত জীৱন প্ৰাপ্ত কৰিবলৈ যোগ্য় হব পাৰে।

অনন্ত জীৱন

ই মৰণশীল শৰী মৰাৰ পাছত ঈশ্ৱৰৰ লগত চিৰকাল জীয়াই থকাটোক সন্দৰ্ভিত কৰে। অনন্ত জীৱনৰ কাৰণে প্ৰমুখ্য় শব্দ পৃষ্ট চোৱা।

ঈশ্ৱৰৰ বিধানত কি লিখা আছে?

অৰ্থাত, "ইয়াৰ বিষয়ে ঈশ্ৱৰৰ বিধানত কি লিখা আছে?" যীচুৱে এই প্ৰশ্ন সেইকাৰণে সুধিছিল কাৰণ তেওঁ ইচ্ছা কৰিছিল যে ঈশ্ৱৰৰ বিধানে বাস্তৱতে কি শিক্ষাই মানুহে যাতে চিন্তা কৰক।

শব্দৰ অনুবাদ