as_obs-tn/content/26/09.md

722 B

তেওঁলোকৰ মাজত দানৱ আছিল

অৰ্থাত, "যি বেয়া আত্মাৰ দ্ৱাৰা নিয়ন্ত্ৰিত আছিল।"

যীচুৱে যেতিয়া সিহঁতক আজ্ঞা দিলে

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "যেতিয়া যীচুৱে তেওঁক আজ্ঞা দিলে।"

শৱ্দৰ অনুবাদ