as_obs-tn/content/26/07.md

1.2 KiB

উপাসনাৰ স্থান

অৰ্থাত, "ভৱনখন য'ত যিহুদীসকলে ঈশ্ৱৰক উপাসনা কৰিবলৈ একত্ৰিত হৈছিল।" ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি "উপাসনাৰ স্থান" চাওক আপুনি ইয়াৰ অনুবাদ কেনেকৈ কৰিছিলে ২৬:০২।

কিন্তু যীচু ভিৰ মাধ্য়মেৰে গুচিগল

"কিয়নো" এক মজবুত বিপৰীত শব্দ বা বাক্য়াংশৰ লগত অনুবাদ কৰিব পাৰি যেনে "কিয়নো পৰিবৰ্তে"  ৱা, "যিকিনহওক" দেখুওৱা যে মানুহবোৰ যীচুক কৰিবৰ কাৰণে সক্ষম নাছিল যে সিহঁতি কি কৰিবলে আয়োজন কৰিছিল।

শৱ্দৰ অনুবাদ