as_obs-tn/content/26/06.md

1.3 KiB

এলিচা

এলিচা ঈশ্ৱৰৰ ভাববাদী আছিল যিজন এলিয়াৰ পাছত আহিছিল। এলিয়াৰ দৰে এলিচাও ইস্ৰায়েলৰ ৰজাক সন্মান কৰিছিল যি ঈশ্ৱৰৰ বিৰোধে পাপ কৰিছিল আৰু তেওঁ ঈশ্ৱৰে শক্তি দ্বাৰাই আচৰিত কৰ্ম কৰিছিল।

এজন সেনাপতি

অৰ্থাত, " সৈনিকৰ নেতা"

তেওঁলোক তেওঁৰ ওপৰত হিংসাত্মক হয় আছিল

যিহূদীসকলে সেইটো শুনিব বিচৰা নাছিল যে ঈশ্ৱৰে নিজৰ উপৰিও যিকোনো লোকৰ দলক আশীৰ্বাদ কৰিছিল, সেইকাৰণে যীচুৰ দ্ৱাৰা কোৱা কথাবোৰত তেওঁলোক অতিশয় ক্ৰোধিত হৈছিল।

শৱ্দৰ অনুবাদ