as_obs-tn/content/26/04.md

1.8 KiB

যি শব্দ মই আপোনালোকৰ কাৰণে পঢ়িছো, সেইবোৰ এতিয়া ঘটি আছে

ইয়াৰ অনুবাদ কৰিবলৈ অন্য় এক উপায় হ'ব, এই মাত্ৰ মই যি বাক্য পঢ়িছিলো সেইয়া এতিয়াই সম্পুৰ্ণ হব" বা "আজি মই যি বাক্য় আপোনাৰ কাৰণে পঢ়িলো, আপুনি শুনাৰ দৰেই সত্য়।

আচৰিত

"আচৰিত" শব্দৰ সৈতে অনুবাদ কৰাৰ অৰ্থ হৈছে তেওঁলোক আশ্চৰ্য, স্তম্ভিত, ভ্ৰআৰু মিত আছিল যে কেনেকৈ এইয়া সম্ভৱ হব পাৰে।

সেইজন যোচেফৰ সন্তান নহয়নে?

ইয়াৰ অনুবাদ এই ৰূপত কৰিব পাৰি,"সেই মানুহজন কেৱল যোচেফৰ পুত্ৰ হয়!" বা "প্ৰত্য়েকজনে জানে যে তেওঁ যোচেফৰ পুত্ৰ!" মানুহবোৰে সেইটো সুধা নাছিল যে তেওঁ যোচেফৰ পুত্ৰ হয় নে নহয়। তেওঁলোকে ভাবি আছিল যে তেওঁ কেনেকৈ মচীহ হব পাৰে কিয়নো তেওঁলোকে তেওঁক কেৱল এজন সাধাৰণ ব্য়ক্তিৰ পুত্ৰ বুলি ভাবি আছিল।

শৱ্দৰ অনুবাদ