as_obs-tn/content/26/03.md

1.6 KiB

দুখীয়াসকললৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰক

অৰ্থাত, "দুখীয়া আৰু প্ৰয়োজনীয়তা থকা লোকসকলক এই শুখবৰ দিয়ক যে ঈশ্ৱৰে তেওঁলোকক সহায় কৰিব।"

বন্দীসকলক মুকলি কৰা

অৰ্থাত, "অন্যায়ভাবে থকা বন্দীসকলক কওক তেওঁলোকক মুকলি কৰা হব।"

অন্ধৰ বাবে দৄষ্টি শক্তি পুনৰ প্ৰাপ্তি

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "যিসকল অন্ধ তেওঁলোকৰ দৄষ্টি শক্তি প্ৰাপ্ত হব।"

নিৰ্যাতিতক এৰি দিয়া

এইয়ে হয়, "স্ৱতন্ত্ৰতা সেইসকলৰ বাবে যিসকলে জীৱনত ভুল ব্য়ৱহাৰ কৰে।"

ঈশ্ৱৰৰ অনুগ্ৰহৰ বছৰ

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "যি সময়ত ঈশ্ৱৰ আমাৰ ওপৰত দয়ালু হ'ব" বা "যি সময়ত প্ৰভু আমৰ ওপৰত বহুত অনুগ্ৰহ কৰিব।"

শব্দৰ উদাহৰণ