as_obs-tn/content/26/02.md

1.5 KiB

আৰাধনাৰ স্থান

সেইটো হয়, "সেই ভৱন য'ত যিহুদীসকল ঈশ্ৱৰক উপাসনা কৰিবৰ কাৰণে একত্ৰিত হৈছিল।" ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "আৰাধনাৰ ভৱন"

স্ক্ৰল কৰা

এখন স্ক্ৰল কৰা কাগজ বা চালৰ এক লম্ব বহী আছিল যি মেৰিয়াই ৰাখিব পাৰি আৰু তাত লিখিব পাৰি।

ভাববাদী যিচয়াৰ পুস্তক বা স্ক্ৰল

অৰ্থাত, "সেই পুস্তক য'ত ভাববাদী যিচয়াই বাক্য লিখিছিল।" যিচয়াই এই পুস্তকখন এশ বছৰৰ আগতে লিখিছিল। ই সেই স্ক্ৰলৰ এখন নকল আছিল।

স্ক্ৰল বা পুস্তকখন মেলা হ'ল

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "পুস্তকখন মেলা হল" বা "স্ক্ৰল খুলা হল।"

শব্দৰ অনুবাদ