as_obs-tn/content/26/01.md

2.1 KiB

চয়তানৰ প্ৰলোভনৰ পৰা বিজয় হোৱাৰ পাছত যীচু ঘুৰি আহিল

ইয়াক দুটা বাক্য়ত সজিবলৈ পাৰে আৰু ক'ব পাৰে, "চয়তানে যীচুক কৰাব বিচৰা অধৰ্ম কাৰ্য তেওঁ নকৰি চয়তানক পৰাজয় কৰিলে। তাৰ পাছত, যীচু পুনৰ ঘুৰি আহিল।" "জয় কৰা" বাক্যটোক "প্ৰতিৰোধ"শব্দৰ সৈতে অনুবাদ কৰিব পাৰি। বা "অস্বীকাৰ কৰা" বাক্যটোক "অগ্ৰাহ্য কৰা" বাক্যৰ সৈতে অনুবাদ কৰিব পাৰি।

পবিত্ৰ আত্মাৰ শক্তিত

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তেওঁৰ মাজত পবিত্ৰ আত্মাৰ শক্তি কাম কৰাৰ দৰে" বা "আৰু পবিত্ৰ আত্মাই তেওঁক শক্তিশালী ৰূপে পৰিচালনা কৰিলে।"

এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈ শিক্ষা দিছিল

অৰ্থাত, তেওঁ "বিভিন্ন চহৰত আৰু অন্য়ান্য় স্থানবোৰত যাত্ৰা কৰি লোকসকলক শিকাইছিল।"

প্ৰত্য়েকজন

অৰ্থাত, " যিসকলে তেওঁক জানিছিল বা  তেওঁৰ বিষয়ে শুনিছিল প্ৰতিজন।”

তেওঁৰ ভাল কথা কলে

অৰ্থাত, "তেওঁৰ বিষয়ে ভাল কথা কলে"

শব্দৰ অনুবাদ