as_obs-tn/content/25/04.md

1.2 KiB

নিজকে নিজে তললে পেলাই দিয়া

অৰ্থাত, "এই ইমাৰতৰ পৰা মাটিলৈ জাঁপ মাৰি দিয়া।"

এইটো লিখা আছে

অৰ্থাত, "ঈশ্ৱৰৰ এজন ভৱিশ্য়তবক্তায়ে বহুত আগতে লিখিছিল।"

সেয়ে আপোনাৰ ভৰিও শিলত খুন্দা নাখায়।

ইয়াৰ অৰ্থ, যাতে আপুনি অলপো দুখ নাপায়: এটা শিলতো আপোনাৰ ভৰি খুন্দা নাখাব।" ইয়াৰ অনুবাদ এই ৰূপতো কৰিব পাৰি, "যাতে আপোনাৰ ভৰি কোনো শিলত খুন্দা নাখায়। আপুনি কোনোমতে আহত নহবা।"

শব্দৰ অনুবাদ