as_obs-tn/content/25/02.md

895 B

এই শিলবোৰক পিঠালৈ পৰিণত কৰক

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "এই শিলবোৰক পিঠা হবলৈ দিয়ক" বা, "অলৌকিক ৰূপত এই শিলবোৰক পিঠালৈ পৰিণত কৰক"

পিঠা

যিবোৰ ভাষাত পিঠা মূখ্য আহাৰ নহয় সেইবোৰৰ বাবে এইদৰে অনুবাদ কৰিব পাৰি, যেনে "খাদ্য়।" যিহূদীসকলৰ সংস্কৄতিত পিঠা মুখ্য় খাদ্য় আছিল।

শব্দৰ অনুবাদ