as_obs-tn/content/24/07.md

932 B

মই আপুনাক বাপ্তিষ্ম দিবলৈ যোগ্য় নহয়

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "মই আপুনাক বাপ্তিষ্ম দিয়াৰ যোগ্য নহয়" বা "মই পাপী, সেই কাৰণে মই আপুনাক বাপ্তিষ্ম দিয়া উচিত নহয়।"

কাম কৰাৰ এইটো ভাল সময়

ইয়াৰ অনুবাদ সেই প্ৰকাৰেও কৰিব পাৰি, "এইয়া কৰা উচিত" বা, "ঈশ্ৱৰে মোৰ পৰা কৰাব বিচৰা কাৰ্য এইয়েই"

শব্দৰ অনুবাদ