as_obs-tn/content/24/06.md

1.4 KiB

তাত আছে

কিছুমান ভাষাৰ কাৰণে "ইয়াত আছে" বা, "সেই মানুহ জন।"

ঈশ্বৰৰ মেৰ

ইয়াৰ অনুবাদ সেই প্ৰকাৰে কৰিব পাৰি, "ঈশ্ৱৰৰ মেৰ" বা "ঈশ্ৱৰৰ যোগেদি যোগান দিয়া মেৰ পোৱালী" যীচু পাপৰ কাৰণে নিষ্কলঙ্ক বলিদান আছিল যেনে ঈশ্ৱৰে দিয়াৰ প্ৰতিজ্ঞা কৰিছিল। তেওঁ সেই নিয়ম সম্পূৰ্ণ কৰে যেনেকৈ পূৰণি নিয়মত মেৰ পোৱালী বলিদান দিওঁতে প্ৰস্তুত কৰা হৈছিল।

সেইবোৰ দূৰ কৰা হব

যীচৰ বলিদানত ঈশ্ৱৰ আমাৰ পাপক এনেদৰে দূৰ কৰে যেন সেইবোৰ কেতিয়াও নাছিল।

জগতৰ পাপ

অৰ্থাত, পৃথিৱীত মানুহৰ পাপ"

শব্দৰ অনুবাদ