as_obs-tn/content/24/05.md

772 B

তেওঁ অতি মহান

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তেওঁ অতি মহত্বপুৰ্ণ"

তেওঁৰ পাদোকৰ যোগ্যও নহয়

আন বাক্যত, "তেওঁৰ তুলনাত, মই তেওঁৰ কাৰণে সকলো অধিক কাৰ্য কৰিবলৈ মহত্ৱপুৰ্ণ নহয়।" পাদুকা খুলা এটা কম মৰ্যদাৰ কাম আছিল যেন দাসে কৰা কামৰ দৰে।

শব্দৰ অনুবাদ