as_obs-tn/content/24/04.md

2.6 KiB

আপুনি বিষযুক্ত সাঁপ

ইয়াৰ অনুবাদ সেই প্ৰকাৰে কৰিব পাৰি, "আপুনি বিষযুক্ত সাঁপৰ দৰে!" যোহনে তেওঁলোকক বিষ থকা সাঁপ বুলি মাতিছিল কিয়নো তেওঁলোকে বিপদজনক আৰু ছলনাকাৰী আছিল।

সকলো গছ যি ভাল ফল নিদিয়ে

যোহন বাস্তৱত গছৰ বিষয়ে কোৱা নাই। ই এক এনেকুৱা অভিব্য়ক্তি যি ভাল ফলৰ তুলনা ভাল কৰ্ম আৰু দৄষ্টিভঙ্গীৰ লগত কৰিছে যি ঈশ্ৱৰৰ যোগেদি আহে।

কটা হব আৰু জুইত পেলাই দিয়া হব

ইয়াৰ অৰ্থ, "ঈশ্ৱৰৰ দ্বাৰা ন্য়ায় আৰু দণ্ডিত কৰা হব"

যোহন পৰিপূৰ্ণ হ'ল

অৰ্থাত, "যোহনে কৰিছিলে" ভৱিষ্য়তবক্তায়ে যি কৈছিল সেইয়া ঈশ্বৰৰ দূতে কৰিব।

চাওক

ইয়াৰ অনুবাদ এই ৰূপে কৰিব পাৰি, "চাওক আৰু দৃষ্টি কৰক" বা "মনোযোগ দিয়ক"

মোৰ দূত

অৰ্থাত, "মই, যিহোৱা মোৰ দূত পঠাম।" কিছুমান ভাষাত এই বাক্য়ৰ কাৰণে এক অপ্ৰত্য়ক্ষ উদাহৰণৰ ব্যৱহাৰ কৰিবলৈ অধিক স্বাভাবিক হব, যেনে "ভবিষ্য়তবক্তা যিচয়াই যেতিয়া ভবিষ্য়বাণী কৰিছিল তেওঁ কৈছিল যে ঈশ্ৱৰ নিজৰ দূতক পঠাব।"

আপোনাতকৈ আগত

এই বাক্য়াংশ "আপুনি" মচীহক সন্দৰ্ভ কৰিছে।

আপোনাৰ পথ যুগুত কৰিবলৈ

ঈশ্ৱৰৰ দূতে মচীহৰ কথা শুনিবলৈ লোকসকলক তৈয়াৰ কৰিছিল

শব্দৰ অনুবাদ